পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সেৱক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সেৱক   বিশেষ্য

অর্থ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে

উদাহরণ : তেওঁ হনুমানৰ ভক্ত

সমার্থক : উপাসক, ভকত, ভক্ত, সাধক

অর্থ : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি

উদাহরণ : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী

সমার্থক : পূজাৰী

অর্থ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

উদাহরণ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

সমার্থক : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা

সেৱক   বিশেষণ

অর্থ : কাৰোবাৰ বা কোনো ধৰণৰ সেৱা আগবঢ়াওতা

উদাহরণ : আন্না হাজাৰেʼ সমাজ সেৱক