পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শিকলি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শিকলি   বিশেষ্য

অর্থ : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু

উদাহরণ : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে

সমার্থক : খাৰুৱা, জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শৃঙ্খল

অর্থ : ধাতুৰ খাৰুৰে বনোৱা ৰচী

উদাহরণ : জন্তুক ৰচী বা শিকলিৰে বান্ধি ৰখা হয়

অর্থ : পশু বা জীৱ-জন্তু আদি বান্ধি ৰাখিবৰ কাৰণে সিহঁতৰ ডিঙিত পিন্ধোৱা ধাতুৰ শৃংখল বিশেষ

উদাহরণ : কুকুৰটো শিকলিৰে বান্ধি লোৱা