সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এজনতকৈ অধিক ব্যক্তি
উদাহরণ : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
সমার্থক : জনগণ, জনতা, জনমানস
অর্থ : পৃথিৱীত থকা লোক
উদাহরণ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
সমার্থক : জগত, জনতা, জনসাধাৰণ, বিশ্ব, সংসাৰ, ৰাইজ
অর্থ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
উদাহরণ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
সমার্থক : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, সংসাৰ, সৃষ্টি
অর্থ : মনুষ্য জাতি বা সমূহৰ মাজৰ কোনো এজন
উদাহরণ : সকলো ব্যক্তিৰে পচন্দ বেলেগ-বেলেগ হয় এই গাড়ীখনত মাথোন দুজন ব্যক্তিহে বহিব পাৰিব
সমার্থক : জন, ব্যক্তি, মানুহ
অর্থ : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ
উদাহরণ :
সমার্থক : ইনসান, জন, নৰ, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ
ইনস্টল