পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লং শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লং   বিশেষ্য

অর্থ : এজোপা গছৰ কলি যাক শুকুৱাই মচলা আৰু ঔষধৰ কামত ব্যৱহাৰ কৰা হয়

উদাহরণ : দাঁতৰ বিষত লং তেলৰ ব্যৱহাৰ কৰা হয়

সমার্থক : লবঙ্গ

অর্থ : এবিধ জোপোহা গছ যাৰ কলি শুকুৱাই মছলা আৰু ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়

উদাহরণ : লং গছজোপাত পানী দিব লাগিব

সমার্থক : লং গছ, লৱঙ্গ গছ