পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে যুদ্ধবিৰতি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

যুদ্ধবিৰতি   বিশেষ্য

অর্থ : দুই বা ততোধিক দেশে পৰস্পৰৰ মাজত হোৱা যুদ্ধ ত্যাগ কৰি শান্তিৰ প্রয়াস চলোৱা এক অৱস্থা

উদাহরণ : ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত হোৱা যুদ্ধবিৰতিৰ প্রচেষ্টা অথলে গʼল

সমার্থক : অস্ত্র বিৰতি, অস্ত্র-বিৰতি, অস্ত্রবিৰতি, যুদ্ধ বিৰতি, যুদ্ধ বিৰাম, যুদ্ধ-বিৰতি

অর্থ : যুদ্ধৰত দুটা দলৰ মাজত মাজত নির্ধাৰিত সময়ৰ কাৰণে যুদ্ধ বন্ধ ৰাখিবলৈ কৰা সন্ধি

উদাহরণ : বিপক্ষই যুদ্ধবিৰতিৰ নিয়ম ভংগ কৰি আক্রমণ কৰিলে

সমার্থক : যুদ্ধবিৰাম