পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মিচন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মিচন   বিশেষ্য

অর্থ : কোনো ধর্ম ্বা পন্থৰ প্রচাৰ কৰোতা সংস্থা

উদাহরণ : স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্রতিস্থা কৰিছিল এজন যোগ্য গুৰুৰ দ্বাৰা এই মিছনৰ সঞ্চালন কৰা হয়

সমার্থক : মিছন

অর্থ : খ্রীষ্ট ্ধর্মৰ ্প্রচাৰ কৰা সংস্থা বিশেষ

উদাহরণ : মিছনৰ বিচাৰ ধাৰাৰে প্রভাৱিত হৈ তেওঁ খ্রীষ্টান ধর্ম গ্রহণ কৰিলে

সমার্থক : মিচনাৰী, মিচনেৰী, মিছন, মিছনাৰী, মিছনেৰী

অর্থ : কোনো বিশেষ কার্য কৰিবৰ কাৰণে কʼৰবালৈ পঠোৱা মানুহৰ দল

উদাহরণ : মিছন নিজৰ উদ্দেশ্যত সফল হʼল

সমার্থক : মিছন