পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মিচনাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মিচনাৰী   বিশেষ্য

অর্থ : খ্রীষ্ট্ধর্মৰ ্প্রচাৰৰ কাৰণে বিভিন্ন ঠাইলৈ যোৱা মিছনৰ সদস্য

উদাহরণ : ভালেমান মিছনাৰীৰ ওপৰত বলপূর্বক ধর্মান্তৰিত কৰাৰ অভিযোগ উত্থাপন হৈছে

সমার্থক : মিছনাৰী, মিছনেৰী

অর্থ : খ্রীষ্ট ্ধর্মৰ ্প্রচাৰ কৰা সংস্থা বিশেষ

উদাহরণ : মিছনৰ বিচাৰ ধাৰাৰে প্রভাৱিত হৈ তেওঁ খ্রীষ্টান ধর্ম গ্রহণ কৰিলে

সমার্থক : মিচন, মিচনেৰী, মিছন, মিছনাৰী, মিছনেৰী

মিচনাৰী   বিশেষণ

অর্থ : মিছন সম্বন্ধীয়

উদাহরণ : তেওঁ মিছনাৰী উদ্দেশ্য পূৰণ কৰিবলৈ বহুত কষ্ট কৰি আছে

সমার্থক : মিছনাৰী, মিছনেৰী