পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভূত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভূত   বিশেষ্য

অর্থ : অতীত সময়ৰ ক্রিয়া বা অৱস্থাৰ বিষয়ে নির্দেশ ্কৰা ব্যাকৰণৰ এক কাল

উদাহরণ : অতীত কালৰ কিছুমান উদাহৰণ দিয়া

সমার্থক : অতীত কাল, ভূত কাল

অর্থ : মোক্ষ বা মুক্তিৰ অভাৱত কোনো মৃত ব্যক্তিৰ আত্মাই ধাৰণ কৰা এক ৰূপ যি সততে কষ্টদায়ক আৰু অমাংগলিক কামবোৰ কৰি ফুৰে বুলি মানুহে বিশ্বাস কৰে:আধুনিক যুগত ভূতৰ কোনো অস্তিত্ব নাই

উদাহরণ :

সমার্থক : অপচ্ছায়া, অপদেৱতা, উপদেৱতা, কন্ধ, কবন্ধ, জীন, দেও, পিশাচ, পেৰেত, প্রেত, ভূত-প্রেত, যখ

ভূত   বিশেষণ

অর্থ : যিটো পাৰ হৈ গৈছে

উদাহরণ : অতীত কালত নালন্দা বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

সমার্থক : অতীত, গত, পুৰণি