পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভাণ্ডাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভাণ্ডাৰ   বিশেষ্য

অর্থ : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

উদাহরণ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

সমার্থক : কোষ, কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ

অর্থ : বহুত ধন থকা কোষ বা স্থান

উদাহরণ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

সমার্থক : কোষ, কোষাগাৰ, খাজানা

অর্থ : সঞ্চিত ধন, জ্ঞান আদি

উদাহরণ : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

সমার্থক : কোষ, খাজানা, নিধি

অর্থ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

উদাহরণ :

সমার্থক : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

অর্থ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ

উদাহরণ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল

সমার্থক : ভঁ্ৰাল, সাগৰ