পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিৰক্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিৰক্তি   বিশেষ্য

অর্থ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে

উদাহরণ : মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে

সমার্থক : অসন্তুষ্টতা, আমনি, তিক্ততা

অর্থ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব

উদাহরণ : আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল

সমার্থক : আমনি

অর্থ : আমনি লগা পৰিস্থিতি

উদাহরণ : দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ

অর্থ : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি

উদাহরণ : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়

সমার্থক : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰাগ

অর্থ : বিৰক্তিৰ অৱস্থা বা ভাৱ

উদাহরণ : তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে

সমার্থক : আমনি

অর্থ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব

উদাহরণ : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে

সমার্থক : অনাসক্তি, আসক্তিহীনতা, বিৰাগ