সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বিপদ বা অনিষ্ট হʼব পাৰে বুলি ধাৰণা কৰিলে মনত যি ভাবৰ উদয় হয়:গুজৰাটৰ সাম্প্রদায়িক ্ সংঘর্ষই ্ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰিলে
উদাহরণ :
সমার্থক : আতং-বিতং, আতঙ্ক, আশঙ্কা, ডঁৰি, ডৰ, তোচ, পৰোৱা, পৰোৱাই, ভীতি, ভয়, ভয়-ডৰ, ভয়-ভীত, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা, সংশয়
অর্থ : ভীষণ বা ভয়ানক হোৱা অৱস্থা
উদাহরণ : গাঁওবাসীয়ে প্লেগৰ ভয়াবহতাৰ কাৰণে ভয় খাই আছিল
সমার্থক : ভীষণতা, ভয়াবহতা
ইনস্টল