পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিবৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিবৰ   বিশেষ্য

অর্থ : মাটিৰ ভিতৰভাগত জীৱ-জন্তু থাকিবলৈ খান্দি লোৱা ঠাই বিশেষ

উদাহরণ : সাপটো নিজৰ ্গাঁতত সোমাই পৰিল

সমার্থক : গহ্বৰ, গাঁত, বিৱৰ

অর্থ : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়

উদাহরণ : আহাৰ মুখ বিবৰেদি পেটলৈ যায়

সমার্থক : পথ, মার্গ, ্ৰাস্তা