পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফৰমাইচ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফৰমাইচ   বিশেষ্য

অর্থ : কাৰোবাৰ পৰা কোনো বস্তু আনিবলৈ, বনাবলৈ বা কোনো কাম কৰিবৰ কাৰণে কোৱা বা অনুৰোধ কৰা কার্য

উদাহরণ : তেওঁ নৃত্যপটীয়সী গৰাকীক নিজৰ মনপচন্দৰ গানৰ ফৰমাইচ কৰিলে

সমার্থক : ফৰমাইচি

অর্থ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ

উদাহরণ : দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে

সমার্থক : অনুৰোধ