পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অনুৰোধ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অনুৰোধ   বিশেষ্য

অর্থ : কোনো কথা বা কামত সন্মতি আদায়ৰ কাৰণে সন্মান সহকাৰে জনোৱা এক কার্য

উদাহরণ : কাৰোবাৰ অনুৰোধক নেওচা দিয়াটো ভাল কথা নহয়

অর্থ : কাৰোবাৰ হকে কোনোৱে কৰা অনুকূল অনুৰোধ

উদাহরণ : দলপতি মহোদয়ে চাকৰিৰ কাৰণে উপায়ুক্তক অনুৰোধ কৰিলে

সমার্থক : ফৰমাইচ

অর্থ : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন

উদাহরণ : চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে

সমার্থক : প্রার্থ্্না, মিনতি

অনুৰোধ   বিশেষণ

অর্থ : বিশেষভাৱে আজ্ঞা দি বা অনুৰোধ কৰি কৰোৱা, মগোৱা বা তৈয়াৰ কৰোৱা

উদাহরণ : আমি ৰেডিঅʼত অনুৰোধৰ গান শুনি আছোঁ