পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ফিচকাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ফিচকাৰী   বিশেষ্য

অর্থ : তৰল পদার্থ ভিতৰলৈ টানি পুনৰ ফোৱাৰাৰ ৰূপত জোৰেৰে বাহিৰলৈ উলিয়াই দিব পৰা নলীৰ আকাৰৰ এক উপকৰণ

উদাহরণ : হোলী উৎসৱত লʼৰা-ছোৱালীয়ে ফিচকাৰীত ৰং ভৰাই লৈ এজনে আনজনৰ গালৈ মাৰি খেলে