পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে প্রত্যয় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

প্রত্যয়   বিশেষ্য

অর্থ : ব্যাকৰণত কোনো ধাতু বা প্রাতিপদিকৰ পিছত যোগত লগ হৈ নতুন অর্থযুক্ত শ্্ব্দ গঠন কৰা সর্গ

উদাহরণ : নমনীয়ৰ লগত তা প্রত্যয় যোগ কৰি নমনীয়তা বনোৱা হয়

অর্থ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা

উদাহরণ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব

সমার্থক : আস্থা, প্রতীতি, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত

অর্থ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব

উদাহরণ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে

সমার্থক : আস্থা, প্রতীতি, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত