পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পাৰ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পাৰ কৰা   ক্ৰিয়া

অর্থ : পাৰত লগোৱা

উদাহরণ : নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে

অর্থ : নি্র্বাহ কৰা বা অতিবাহিত কৰা

উদাহরণ : তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে

সমার্থক : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা

অর্থ : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা

উদাহরণ : ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে

সমার্থক : আগবঢ়োৱা

অর্থ : পাৰ হোৱা বা ব্যতিত হোৱা

উদাহরণ : মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল

সমার্থক : অতিবাহিত কৰা, কটোৱা