পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কটোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কটোৱা   বিশেষ্য

অর্থ : কটা কাম

উদাহরণ : এতিয়া ধান দোৱা কাম চলি আছে

সমার্থক : দোৱা

কটোৱা   ক্ৰিয়া

অর্থ : নি্র্বাহ কৰা বা অতিবাহিত কৰা

উদাহরণ : তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে

সমার্থক : অতিবাহিত কৰা, নি্র্বাহ কৰা, পাৰ কৰা

অর্থ : পাৰ হোৱা বা ব্যতিত হোৱা

উদাহরণ : মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল

সমার্থক : অতিবাহিত কৰা, পাৰ কৰা