পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পদ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পদ   বিশেষ্য

অর্থ : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান

উদাহরণ : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে

সমার্থক : স্থান

অর্থ : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে

উদাহরণ : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই

সমার্থক : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি

অর্থ : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা

উদাহরণ : কবিতা ৰচনা কৰা লোকক কবি বোলে

সমার্থক : কবিতা, কাব্য, পদ্য

অর্থ : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ

উদাহরণ : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়

অর্থ : গোৱা কার্য ্বা ভাব

উদাহরণ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

সমার্থক : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত

অর্থ : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে

উদাহরণ : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে

সমার্থক : চৰণ, পাদ, পাৱ, ভৰি