পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কথা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কথা   বিশেষ্য

অর্থ : মনে গঢ়া বা কোনো বাস্তৱিক ঘটনাৰ ওপৰত আধাৰিত এক শ্রুতিমধুৰ বিৱৰণ:মুন্সী ্ প্রেমচাঁদৰ কাহিনীয়ে গ্রাম্য পৰিৱেশৰ সুন্দৰ চিত্র দাঙি ধৰে

উদাহরণ :

সমার্থক : কাহিনী, কাহিনী-কথা

অর্থ : কোনো বিশেষ অৱস্থাত বস্তুতঃ হোৱা কোনো কথা

উদাহরণ : মই মোৰ সৰু কালৰ ঘটনাবোৰ কোনো কাৰণতে পাহৰিব নোৱাৰোঁ

সমার্থক : ঘটনা

অর্থ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

উদাহরণ : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

সমার্থক : জবান, বচন

অর্থ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

উদাহরণ : আনৰ ভাল লগা কথাহে কোৱা উচিত

সমার্থক : বচন, বাণী

অর্থ : কিবা কোৱা কার্য

উদাহরণ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

সমার্থক : কথন, বচন, বাক, বাচ্য

অর্থ : গোৱা কার্য ্বা ভাব

উদাহরণ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম

সমার্থক : গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, পদ, বোল, সংগীত, সঙ্গীত