পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নিচান শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নিচান   বিশেষ্য

অর্থ : এডাল মাৰিৰ মূৰত লগোৱা তিনিকোণীয়া বা চাৰিকোণীয়া প্রতীকসূচক কাপোৰ যাক অস্তিত্ব, সংকেত বুজাবলৈ আৰু উৎসৱ-অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হয়

উদাহরণ : ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ তিনিটা ৰঙৰ মাজত এটা চক্রৰ চিহ্ন আছে

সমার্থক : ধ্বজা, পতাকা, বৈজয়ন্তী

অর্থ : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়

উদাহরণ : সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে

সমার্থক : প্রতীক

অর্থ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

উদাহরণ : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

সমার্থক : লক্ষ্য

অর্থ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

উদাহরণ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

সমার্থক : চিন, চিহ্ন, প্রতীক, সংকেত

অর্থ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

উদাহরণ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

সমার্থক : চাপ, চিন, চিহ্ন

অর্থ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

উদাহরণ :

সমার্থক : চেক, চেকা, দাগ, দাগী, ধাব্বা

অর্থ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

উদাহরণ : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

সমার্থক : লক্ষ্য

অর্থ : কোনো বস্তু আদিক লক্ষ্য কৰি তাজৰ ওপৰত আঘাত কৰা কার্য

উদাহরণ : চিকাৰী নিচান ব্যর্থ হʼল