পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চেক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চেক   বিশেষ্য

অর্থ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে

উদাহরণ : ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে

অর্থ : মধ্য ইউৰোপৰ এখন দেশ

উদাহরণ : চেকৰ ৰাজধানী প্রাগ

সমার্থক : চেক গণৰাজ্য

অর্থ : চেক দেশৰ অধিবাসী

উদাহরণ : সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে

সমার্থক : চেকবাসী

অর্থ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

উদাহরণ :

সমার্থক : চেকা, দাগ, দাগী, ধাব্বা, নিচান

অর্থ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে

উদাহরণ : সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে

সমার্থক : ধনাদেশ

অর্থ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়

উদাহরণ : মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ

সমার্থক : কিস্তিমাত

অর্থ : চেকবাসীয়ে কোৱা ভাষা

উদাহরণ : মঞ্জৰীৰ চেকভাষা শিকিবলৈ বৰ মন আছে

সমার্থক : চেকভাষা

চেক   বিশেষণ

অর্থ : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা

উদাহরণ : দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে

সমার্থক : চেকভাষা

অর্থ : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ

উদাহরণ : চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল