পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নক্সা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নক্সা   বিশেষ্য

অর্থ : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ

উদাহরণ : দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে

সমার্থক : আর্হি

অর্থ : কোনো কামৰ আকাৰ-প্রকাৰ আদিৰ পৰিচায়ক হোৱাকৈ আনুমানিক পৰিমাপ কৰি বনোৱা এক ধৰণৰ ৰূপ বা কাঠামো

উদাহরণ : যিকোনো কাম আৰম্ভ কৰাৰ পূর্বে ্তাৰ ৰূপৰেখা তৈয়াৰ কৰি লোৱা হয়

সমার্থক : ৰূপৰেখা