সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি
উদাহরণ : শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে
সমার্থক : ইন্দ্রিয়াতন, কায়, গা, গাত্র, তনু, দেহপিঞ্জৰ, দেহা, বপু, ভোগায়তন, শৰীল, শৰীৰ
অর্থ : শৰীৰৰ ডিঙিৰ তলৰ পৰা কঁ্কাললৈকে দেহৰ অংশ
উদাহরণ : তৰোৱালৰ এটা ঘাপতে তেওঁৰ মূৰ গাৰ পৰা বেলেগ হৈ গʼল
সমার্থক : গা, দেহা, শৰীৰ
ইনস্টল