পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দাইল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দাইল   বিশেষ্য

অর্থ : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য

উদাহরণ : তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়

সমার্থক : দালি

অর্থ : ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ

উদাহরণ : মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে

সমার্থক : দাইলৰ তৰকাৰী