পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তৰা   বিশেষ্য

অর্থ : * পাঁচটা বা তাতকৈ বেছি কোণ থকা এক সমতল আকৃতি..............

উদাহরণ : তৰা বিশেষকৈ প্রতীক হিচাপে ব্যৱহাৰ হয়

সমার্থক : তাৰকা

অর্থ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড

উদাহরণ : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়

সমার্থক : জ্যোতিষ্ক, তাৰকা, নক্ষত্র