পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তাৰকা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তাৰকা   বিশেষ্য

অর্থ : * পাঁচটা বা তাতকৈ বেছি কোণ থকা এক সমতল আকৃতি..............

উদাহরণ : তৰা বিশেষকৈ প্রতীক হিচাপে ব্যৱহাৰ হয়

সমার্থক : তৰা

অর্থ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড

উদাহরণ : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়

সমার্থক : জ্যোতিষ্ক, তৰা, নক্ষত্র

অর্থ : অভিনয় কৰা স্ত্রী

উদাহরণ : মধুবালা এগৰাকী প্রখ্যাত অভিনেত্রী আছিল

সমার্থক : অভিনেত্রী