পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তৰমুজ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তৰমুজ   বিশেষ্য

অর্থ : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল

উদাহরণ : খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে

সমার্থক : তর্মুজ

অর্থ : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল

উদাহরণ : গৰমত তৰমুজ বেছিকৈ পোৱা যায়

অর্থ : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল

উদাহরণ : নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে

সমার্থক : তৰবুজ

অর্থ : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ

উদাহরণ : গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়