পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে টিপ্পনী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

টিপ্পনী   বিশেষ্য

অর্থ : বাতৰি কাকত আদিত প্রকাশিত ঘটনা আদিৰ সংক্ষিপ্ত বিৱৰণ বা সেই সম্বন্ধে সম্পাদকৰ বিচাৰ

উদাহরণ : আজিৰ বাতৰি কাকতত প্রকাশ পোৱা সংসদত হোৱা হুলস্থূলৰ ওপৰত সম্পাদকে কৰা টিপ্পনীটো বৰ শক্তিশালী

অর্থ : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা

উদাহরণ : এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে

সমার্থক : টীকা

অর্থ : কোনো ব্যক্তি, বিষয় অথবা কার্য সম্বন্ধত কৰা বিচাৰ

উদাহরণ : মই এই বিষয়ত কোনো টিপ্পনী দিব নিবিচাৰোঁ

অর্থ : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ

উদাহরণ : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে

সমার্থক : টীকা, টীকা-টিপ্পনী