পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে জোৰা লগোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

জোৰা লগোৱা   ক্ৰিয়া

অর্থ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

উদাহরণ : লতাই কুর্তাটোত বুটাম লগাই আছে

সমার্থক : চিলাই কৰা, লগোৱা, সীওৱা, সীৱন কৰা

অর্থ : কোনো ধৰণৰ সম্বন্ধ স্থাপন কৰা

উদাহরণ : বিবাহে দুটা পৰিয়ালৰ জোৰা লগায়

সমার্থক : যুক্ত কৰা

অর্থ : অন্য কোনো বস্তুৰ শেষত লগোৱা

উদাহরণ : চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে

সমার্থক : জোৰা, সংলগ্ন কৰা

অর্থ : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা

উদাহরণ : মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে

সমার্থক : জোৰা দিয়া