পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ছাগলী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ছাগলী   বিশেষ্য

অর্থ : গাখীৰ আৰু মাংসৰ কাৰণে পালন কৰা এবিধ তৃণভোজী ৰোমন্থক প্রাণী

উদাহরণ : তেওঁ ্ ছাগলীবোৰ চৰাবলৈ লৈ গৈছে

অর্থ : এবিধ গাখীৰ দিয়া মাইকীৰ চাৰিঠেঙীয়া প্রাণী

উদাহরণ : সৰু লʼৰা-ছোৱালীৰ কাৰণে ছাগলীৰ গাখীৰ বৰ উপকাৰী

সমার্থক : মাইকী ছাগলী

অর্থ : এবিধ তৃণভোজী সৰু চাৰিঠেঙীয়া জন্তু, যাৰ মাইকীজনীৰ গাখীৰ মানুহে

উদাহরণ : ছাগলীৰ মাংস খোৱা হয়

সমার্থক : অগ্নিবাহ, অগ্নিবাহন, অজ, ছাগ, ছাগল, বকৰা