পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চিৰি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চিৰি   বিশেষ্য

অর্থ : এঠাইৰ পৰা আন এঠাইলৈ, বিশেষকৈ তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ যাবলৈ স্তৰ থকা পথ

উদাহরণ : চোৰে চাদত উঠিবলৈ বাঁহৰ খটখটিৰ প্রয়োগ কৰিছিল

সমার্থক : খটখটি

অর্থ : তাচৰ চাৰিটা প্ৰকাৰৰ মাজত এক ধৰণৰ বিশেষ ভাগ যʼত একেলগে কʼলা ৰঙৰ তিনিটা পাত লগ লাগি থাকে

উদাহরণ : তেওঁ চিৰিতনৰ চাল খেলিছে

সমার্থক : চিৰিতন

অর্থ : এখনৰ পিছত সিখন ভৰি দি ওখ স্থানত উঠা-নমা কৰিবলৈ কৰা এক ব্যৱস্থা

উদাহরণ : পকী ঘৰৰ চাদৰ ওপৰত উঠিবলৈ খট-খটি বনোৱা হয়

সমার্থক : খট-খটি