পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চকা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চকা   বিশেষ্য

অর্থ : সৌৰজগতৰ আটাইতকৈ ডাঙৰ নক্ষত্র, যিয়ে আমাক তাপ আৰু পোহৰ দিয়ে

উদাহরণ : সূর্য সকলো শক্তিৰ মূল উৎস সূর্য ্ সৌৰজগতৰ মূল কেন্দ্রবিন্দু

সমার্থক : অংশুমান, অৰুণ, আদিত্য, চাকা, তপন, দিননাথ, দিবাকৰ, প্রভাকৰ, বেলি, ভানু, ভাস্কৰ, মিহিৰ, সবিতা, সূর্য, সূৰুয, ৰবি

অর্থ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়

উদাহরণ : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল

সমার্থক : চাক

অর্থ : চকাৰ নিচিনা কোনো গোল বস্তু

উদাহরণ : এই যন্ত্রটোত ভালেমান চকা আছে

সমার্থক : চক্র

অর্থ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু

উদাহরণ : কুমাৰৰ চাক একপ্রকাৰৰ চক্র

সমার্থক : চক্র