পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গোলমাল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গোলমাল   বিশেষ্য

অর্থ : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে

উদাহরণ : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে

সমার্থক : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, হৈ-চৈ, ৰিঙা-ৰোৱা

অর্থ : ব্যৱস্থাৰ অভাৱ

উদাহরণ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়

সমার্থক : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল

অর্থ : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি

উদাহরণ : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই

সমার্থক : অব্যৱস্থা, গণ্ডগোল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা

অর্থ : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা

উদাহরণ : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল

সমার্থক : উথপথপ, খদমদম, ততাতৈয়া