পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গাঁও পঞ্চায়ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গাঁও পঞ্চায়ত   বিশেষ্য

অর্থ : গাঁৱৰ নাগৰিকৰ দ্বাৰা নি্র্বাচন কৰা প্রতিনিধিৰ দ্বাৰা গঠন কৰা পঞ্চায়ত বা পৰিষদ

উদাহরণ : গাঁও পঞ্চায়তে গাঁৱৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, গাঁৱৰ মানুহৰ কাজিয়া-পেচাল আদিৰ মীমাংসাৰ কামো কৰিবলগীয়া হয়

সমার্থক : গাঁও পৰিষদ, গাঁও-পঞ্চায়ত, ্গাঁও-পৰিষদ