পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে গড় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

গড়   বিশেষ্য

অর্থ : শত্রুৰ পৰা ৰক্ষা পাবৰ কাৰণে চাৰিওপিনৰ পৰা দেৱালেৰে আগুৰা আৰু সুদৃঢ়ভাৱে সজা ভৱন

উদাহরণ : মোগল যুগৰ দুর্গবোৰ স্থাপত্য কলাৰ ভাল নিদ্্র্শন

সমার্থক : কিলা, কিল্লা, কোঠ, দুর্গ

অর্থ : একতকৈ অধিক ৰাশি যোগ কৰি সেই সংখ্যাৰে ভাগ কৰিলে লাভ কৰা ৰাশি

উদাহরণ : দুই আৰু চাৰিৰ মধ্যমান ৰাশি তিনি

সমার্থক : মধ্যমান

অর্থ : সুৰক্ষাৰ কাৰণে চাৰিওফালে সাজি লোৱা দেৱাল

উদাহরণ : সৈনিকে গড় ভাঙি কিল্লাটোত সোমাই পৰিল

সমার্থক : কোঠ, প্রাচীৰ