পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খোজ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খোজ   বিশেষ্য

অর্থ : চলাচল কৰা ঢং

উদাহরণ : তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে

সমার্থক : খোজ-কাটল

অর্থ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য

উদাহরণ : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল

সমার্থক : কদম

অর্থ : এটা খোজেৰে ঠিক কৰা দূৰত্ব

উদাহরণ : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত

সমার্থক : কদম

অর্থ : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য

উদাহরণ : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল

সমার্থক : আৱিষ্কাৰ, সন্ধান