পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খুৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খুৰা   বিশেষ্য

অর্থ : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ

উদাহরণ : খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে

সমার্থক : খুড়া

অর্থ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে

উদাহরণ : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল

সমার্থক : খুটা

অর্থ : দেউতাৰ ভায়েক:মোৰ খুৰা এজন নাম কৰা ডাক্তৰ

উদাহরণ :

সমার্থক : খুৰাদেউ, দদাই, দদাইদেউ

অর্থ : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ

উদাহরণ : ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে