পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উষ্ণতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উষ্ণতা   বিশেষ্য

অর্থ : উষ্ণ হোৱা অৱস্থা বা ভাব

উদাহরণ : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়

সমার্থক : উত্তাপ, উমাজাল, তাপ

অর্থ : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে

উদাহরণ :

সমার্থক : উত্তাপ, উমাজাল, উষ্ণত্ব, তাপ

অর্থ : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়

উদাহরণ : তেওঁ ইষদোষ্ণতাত ভুগিছে

সমার্থক : ইষদোষ্ণতা, উত্তাপ