পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে উত্তৰাধিকাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

উত্তৰাধিকাৰী   বিশেষ্য

অর্থ : কাৰোবাৰ মৃত্যু হʼলে বা তেওঁ আঁতৰি গʼলে যি ্তেওঁৰ ্স্থানৰ গৰাকী হয়

উদাহরণ : ৰজাই এজন কুশল উত্তৰাধিকাৰীৰ সন্ধান কৰিছিল

অর্থ : কোনো লোকৰ মৃত্যুৰ পিছত নিয়ম অনুসাৰে যি ্তেওঁৰ সম্পত্তি আদিৰ অধিকাৰী হয়

উদাহরণ : সাধাৰণতে কোনো সম্পত্তিৰ উত্তৰাধিকাৰী তেওঁৰ ্লʼৰা-ছোৱালী আদি হয়