পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আত্মীয় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আত্মীয়   বিশেষ্য

অর্থ : নিজ কুলৰ লোক

উদাহরণ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়

সমার্থক : কুটুম, কুটুম্ব, পৰিজন

অর্থ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে

উদাহরণ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে

সমার্থক : আত্মীয়-স্বজন, আপোন

অর্থ : একেখন ঘৰৰে মানুহ

উদাহরণ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

সমার্থক : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল

আত্মীয়   বিশেষণ

অর্থ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ

উদাহরণ : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়

সমার্থক : নিজৰ

অর্থ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়

উদাহরণ : মনোহৰজী মোৰ আপোন খুৰা

সমার্থক : আপোন, পৰিজন, স্বজন