জননী (বিশেষ্য)
জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
অপৱিত্র (বিশেষণ)
যি ্ ধর্মানুসৰি পবিত্র নহয়
বকা (ক্ৰিয়া)
এটা বাচনৰ পৰা অন্য এটা বাচনলৈ তৰল পদার্থ ্বাকী দিয়া কার্য
মাতৃ (বিশেষ্য)
জন্ম দিয়া নাৰী বা যি নাৰী ্ ধর্ম, ্ সমাজ, আইন-কানুন আদিৰ ভিত্তিত পূজনীয়া
আৱিষ্কাৰ কৰা (ক্ৰিয়া)
অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
নবৌ (বিশেষ্য)
ককায়েকৰ স্ত্রী
হেৰাই যোৱা (ক্ৰিয়া)
দেখা নোপোৱা
ভোদা (বিশেষ্য)
যাৰ বুদ্ধি নাই বা কম
বন্যা (বিশেষ্য)
পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য:অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে
জগাই তোলা (ক্ৰিয়া)
তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা