পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰোলাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰোলাৰ   বিশেষ্য

অর্থ : কোনো ঠাই বা ৰাস্তা-ঘাট আদি সমান কৰিবৰ কাৰণে ব্যৱহাৰ কৰা এক ধৰণৰ বাহন

উদাহরণ : ৰাস্তাটো সমান কৰিবৰ কাৰণে ৰোলাৰ চলোৱা হৈছে

সমার্থক : ৰʼলাৰ

অর্থ : দীঘল আৰু ডাঙৰ আকাৰৰ গধুৰ গোলাকাৰ এনে এক খণ্ড যিহেৰে কোনো ঠাই সমতল কৰা হয় অথবা শিল-বালি আদি গুড়ি কৰি বাট-পথ আদি নি্র্মাণ কৰা হয়

উদাহরণ : ৰোলাৰ গাড়ীত লগোৱা ৰোলাৰে পথ আদি সমান কৰা হয়

সমার্থক : বেলন, ভীম