পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰেল লাইন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰেল লাইন   বিশেষ্য

অর্থ : ৰেলগাড়ী অহা-যোৱা কৰা পথ

উদাহরণ : ভাৰতৰ বিভিন্ন চহৰৰ পৰা দিল্লীলৈ পোনপটীয়া ৰেলপথৰ ব্যৱস্থা আছে

সমার্থক : ৰেলপথ, ৰেলৰ আলি

অর্থ : ৰেলগাড়ীৰ চকা চলিব পৰা লোহাৰ দীঘল আৰু সমান্তৰাল পাট বিশেষ

উদাহরণ : আমাৰ চহৰৰ ফালেদি নতুন ছিৰি বহুওৱা হৈছে

সমার্থক : ছিৰি, ৰেল পথ, ৰেলপথ, ৰেলৰ ছিৰি