পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰখা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰখা   ক্ৰিয়া

অর্থ : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য

উদাহরণ : চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে

অর্থ : স্থিত কৰা

উদাহরণ : চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়

অর্থ : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা

উদাহরণ : এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে

সমার্থক : সমর্পিত কৰা

অর্থ : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল

উদাহরণ :

সমার্থক : ৰৈ থকা

অর্থ : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা

উদাহরণ : নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে

অর্থ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

উদাহরণ : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

সমার্থক : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা

অর্থ : প্রস্তুত কৰা

উদাহরণ : তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে

অর্থ : বেয়া হʼবলৈ নিদিয়া

উদাহরণ : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি

সমার্থক : থোৱা

অর্থ : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য

উদাহরণ : তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে

অর্থ : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত

উদাহরণ : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া

সমার্থক : ঢলা, থোৱা, বকা