পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্বীকাৰ কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্বীকাৰ কৰা   ক্ৰিয়া

অর্থ : প্রস্তাৱ আদি মানি লোৱা বা কোনো কাম কৰিবৰ কাৰণে যোগাত্মক ৰূপত স্বীকাৰ কৰা

উদাহরণ : প্রাধ্যাপকে আমাৰ এই কামটোক স্বীকৃতি দিলে

সমার্থক : সন্মতি জনোৱা, স্বীকৃতি দিয়া, হাঁ কৰা

অর্থ : সহমত হোৱা

উদাহরণ : মই আপোনাৰ কথা স্বীকাৰ কৰোঁ

সমার্থক : মনা, মানি চলা, ৰাজি হোৱা

অর্থ : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

উদাহরণ : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

সমার্থক : গ্রহণ কৰা, লোৱা

অর্থ : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা

উদাহরণ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ

সমার্থক : মনা, মানি লোৱা

অর্থ : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

উদাহরণ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

সমার্থক : মানা, স্বীকৃতি দিয়া

অর্থ : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

উদাহরণ : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

সমার্থক : গ্রহণ কৰা, লোৱা