পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সজা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সজা   বিশেষ্য

অর্থ : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ

উদাহরণ : ভাটৌটো সজাৰ পৰা উৰি গʼল

সমার্থক : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা

অর্থ : পাৰ ৰাখিবলৈ সজা বাহ

উদাহরণ : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে

সমার্থক : পাৰ-বাহা, পাৰৰ বাহ

সজা   ক্ৰিয়া

অর্থ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

উদাহরণ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

সমার্থক : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা

অর্থ : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা

উদাহরণ : তেওঁ ্মাটিৰ মূর্তি সাজি আছে

সমার্থক : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া

অর্থ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

উদাহরণ : কুমাৰে কলহ নি্র্মাণ কৰে

সমার্থক : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা

অর্থ : ঘৰ বা দেৱাল আদি বনোৱা

উদাহরণ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

সমার্থক : উঠোৱা, বনোৱা