পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শেন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শেন   বিশেষ্য

অর্থ : একপ্রকাৰৰ ডাঙৰ চিকাৰী চৰাই

উদাহরণ : শেনটোৱে একে চোঁচাতে নিগনিটো ধৰি লৈ গʼল

সমার্থক : ঈগল, ঈগল চৰাই, উকহ, বহৰী, শেন চৰাই

অর্থ : গোটেই ভাৰততে পোৱা এবিধ বেগী চৰাই

উদাহরণ : শেন চৰাই আকাৰত কাউৰীতকৈ সৰু তথা দেহৰ তলৰ ফালে বগা আৰু ওপৰৰ ফালে ছাই বৰণীয়া বা নীলা বৰণীয়া

সমার্থক : শেন চৰাই