পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শিল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শিল   বিশেষ্য

অর্থ : সৰু আকাৰৰ শিল

উদাহরণ : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে

সমার্থক : পাথৰ, শিলগুটি

অর্থ : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়

উদাহরণ : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা

সমার্থক : পাথৰ, প্রস্তৰ, শিলাখণ্ড

অর্থ : আকাশৰ পৰা সৰি পৰা বৰফৰ টুকুৰা

উদাহরণ : বৰষুণৰ লগে-লগে শিলো পৰিছে

সমার্থক : শিল বৰষুণ

অর্থ : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে

উদাহরণ :

সমার্থক : অশ্ম, উপল, পাথৰ, পাষাণ, প্রস্তৰ, শিলা, ষ্টোন