পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শান্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শান্তি   বিশেষ্য

অর্থ : কোনো কাম আদি কৰি উঠি শৰীৰক সকাহ দিয়া কার্য:ভাগৰ লাগিলে জিৰণি লʼব লাগে

উদাহরণ :

সমার্থক : অৱকাশ, অৱসৰ, আজৰি, আৰাম, জিৰণি, তত, ফুৰচৎ, বিশ্রাম, সুখ

অর্থ : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ

উদাহরণ : সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে

সমার্থক : প্রশান্তি

অর্থ : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ

উদাহরণ : ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ

সমার্থক : আৰাম

অর্থ : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ

উদাহরণ : লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়

সমার্থক : সুখ

অর্থ : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা

উদাহরণ : যুদ্ধৰ পিছত দেশত এতিয়া শান্তি

অর্থ : ক্ষোভ, দুখ নথকা মনৰ শান্ত অৱস্থা

উদাহরণ : যোগ সাধনে মনলৈ শান্তি আনে

সমার্থক : প্রশান্তি, স্বস্তি, ্শাঁতি

অর্থ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব

উদাহরণ : আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল

সমার্থক : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা